Ads banner

JE Banner Ads
Image 2

অনুশীলনী R-1 - পুণৰালোচনা - প্ৰথম খণ্ড - গণিত -নৱম শ্ৰেণী

Class 9 SEBA Maths: Solutions for Revision Chapter part 1

(SEBA)

Class : IX

Subject : Mathematics

Medium : Assamese

Chapter : R

পুণৰালোচনা (Revision)

অনুশীলনী R-1
প্ৰশ্ন \( 1 \): বর্গমূলৰ দ্বাৰা \( \sqrt{2} \) ৰ আনুমানিক মান দুই দশমিক স্থানলৈ উলিওৱা।
উত্তৰ :

$$ \require{enclose} \begin{array}{rl} & 1.41 \\ 1 & \enclose{longdiv}{2.0000} \\ & -1 \\ 24 & \enclose{longdiv}{100} \\ & -96 \\ 281 & \enclose{longdiv}{400} \\ & \underline{-281} \\ & 119 \\ \end{array} $$

✍️ JAHAN EDUCATION
প্ৰশ্ন \( 2\): দুটা অপৰিমেয় সংখ্যা লিখা যাৰ যোগফল পৰিমেয় আৰু পূৰণফল পৰিমেয়।
উত্তৰ :

ধৰো,

\( \sqrt{-2} \), \( \sqrt{2} \) দুটা অপৰিমেয় সংখ্যা।

∴ যোগফল
\( = \sqrt{-2} + \sqrt{2} = 0\) পৰিমেয়।

∴ পূৰণফল
\( = \sqrt{-2} × \sqrt{2} = - (\sqrt{2})^2 = - 2\) পৰিমেয়।

✍️ JAHAN EDUCATION
প্ৰশ্ন \( 3\):সংখ্যাৰেখাৰ সহায়ত \(–5\) আৰু \(5\) অৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ লিখা ।
উত্তৰ :

\(–5\) আৰু \(5\) অৰ মধ্যৱৰ্তী অখণ্ড সংখ্যাবোৰ হ'ল— \(-4, -3, -2, - 1, 0, +1, +2, +3, +4\)


Number Lines
✍️ JAHAN EDUCATION
প্ৰশ্ন \( 4\):সূচক বিধি \( \frac{a^m}{a^n} = a^{m-n} \) অত \(m = n\) লৈ প্ৰমাণ কৰা যে \(a° = 1\) ।
উত্তৰ :

∵ \( \frac{a^m}{a^n} = a^{m-n} \)

\( ⇒\frac{a^n}{a^n} = a^{n-n} \)

\(⇒1= a^{°} \)

\(⇒a^{°}= 1\)

✍️ JAHAN EDUCATION
প্ৰশ্ন \( 5\):সূচক বিধি \( \frac{a^m}{a^n} = a^{m-n} \) অত \(m = 0\) লৈ প্ৰমাণ কৰা যে \( a^{-n} = \frac{1}{a^n} \) ।
উত্তৰ :

∵ \( \frac{a^m}{a^n} = a^{m-n} \)

⇒ \( \frac{a^0}{a^n} = a^{0-n} \)

⇒ \( \frac{1}{a^n} = a^0 \)

✍️ JAHAN EDUCATION
প্ৰশ্ন \( 6\): তলৰ যোৰৰ প্ৰত্যেকৰে মৌলিক উৎপাদক উলিয়াই গ.সা.উ., আৰু ল.সা.গু. থিৰ কৰা। \((i) 321, 396, (ii) 455, 42, (iii) 408, 170\)
উত্তৰ :

\((i) 321, 396\)

\(321 = 3 × 107\)

\(396 = 2 × 2 × 3 × 3 × 11\)

∴ গ.সা.উ.
\(= 3\)

∴ ল.সা.গু.
\(= 3 × 107 × 2 × 2 × 3 × 11 = 42372\)


\((ii) 455, 42\)

\(455 = 5 × 7 × 13\)

\(42 = 2 × 3 × 7\)

∴ গ.সা.উ.
\(= 7\)

∴ ল.সা.গু.
\(= 5 × 7 × 13 × 2 × 3 = 2730\)


\((iii) 408, 170\)

\(408 = 2 × 2 × 2 × 3 × 17\)

\(170 = 2 × 5 × 17\)

∴ গ.সা.উ.
\(= 2 × 17 = 34\)

∴ ল.সা.গু.
\(= 2 × 2 × 2 × 3 × 17 × 5 = 2,040\)

✍️ JAHAN EDUCATION
প্ৰশ্ন \( in\):
উত্তৰ :

processing

✍️ JAHAN EDUCATION

Post a Comment

0 Comments