Ads banner

JE Banner Ads
Image 2

Application for change of ration card shopkeeper (Assamese )

প্ৰতি,

মাননীয় নগাঁও জিলাৰ খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্রমা বিষয় মহোদয়ৰ সমীপেষু,

বিষয়ঃ- ৰেচন কাৰ্ডৰ দোকানী সলনীৰ বাবে আবেদন।

সম্মান পূর্বক বিনীত নিবেদন এই যে আমাৰ আগৰ দোকানৰ পৰা ৰেচন কাৰ্ডৰ সামগ্রী অনাৰ বাবে যাতায়ত অসুবিধা হয়। সেই কাৰণে আমাৰ ঘৰৰ ওচৰৰ ________ দোকানীত যাব বিচাৰিছো।

গতিকে দায়ালু মহোদয়ে দয়া কৰি আমাৰ এই খিনি সুবিধা কৰি দিয়ে যেন। এয়ে মহোদয়ৰ ওচৰত সৰল মিনতি।

বিদ্ৰ: Agent name : ________ FPS NO. ________

কার্ড নম্বৰ কেইটা তলত দিয়া হৈছে :

SI No. Name of Beneficiary Card No.
01
02
03
04
05

Post a Comment

0 Comments