Ads banner

JE Banner Ads
Image 2

Question 1 - Ex 1.4 - Maths - Class X - SEBA

Without actually performing the long division, state whether the following rational numbers will have a terminating decimal expansion or a non-terminating repeating decimal expansion.

1. দীৰ্ঘ হৰণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পৰিসমাপ্ত (সাবধি) নাইবা কোনবোৰৰ নিৰবধি পৌন:পুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা।

(i) \(\frac{13}{3125}\)

উত্তৰ :

ইয়াত,

\(3125 = 5 \times 5 \times 5 \times 5 \times 5\)

\(\because 2^0 \times 5^5\) অৰ্থাৎ \(2^n5^m\) আৰ্হিৰ হয়।

\(\therefore \frac{13}{3125}\) ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।


(ii) \(\frac{17}{8}\)

উত্তৰ :

ইয়াত,

\(8 = 2 \times 2 \times 2\)

\(\because 2^3 \times 5^0\) অৰ্থাৎ \(2^n5^m\) আৰ্হিৰ হয়।

\(\therefore \frac{17}{8}\) ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।


(iii) \(\frac{64}{455}\)

উত্তৰ :

ইয়াত,

\(455 = 5 \times 7 \times 13\)

\(\because 2^n 5^m\) আৰ্হিৰ নহয়।

\(\therefore \frac{64}{455}\) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক।


(iv) \(\frac{15}{1600}\)

উত্তৰ :

ইয়াত,

\(1600 = 2^6 \times 5^2\)

\(\because 2^6 \times 5^2\) অৰ্থাৎ \(2^n 5^m\) আৰ্হিৰ হয়।

\(\therefore \frac{15}{1600}\) ৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।


(v) \(\frac{29}{343}\)

উত্তৰ :

ইয়াত,

\(343 = 7 \times 7 \times 7\)

\(\because 2^n 5^m\) আৰ্হিৰ হয় নহয়।

\(\therefore \frac{29}{343}\) ৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক।


(vi) \(\frac{23}{2^3 \cdot 5^2}\)

উত্তৰ :

ইয়াত,

\(\because 2^3 \times 5^2\) অৰ্থাৎ \(2^n 5^m\) আৰ্হিৰ হয়।

\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।


(vii) \(\frac{129}{2^2 \cdot 5^7 \cdot 7^5}\)

উত্তৰ :

ইয়াত,

\(\because 2^n 5^m\) আৰ্হিৰ নহয়।

\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক।


(viii) \(\frac{6}{15}\)

উত্তৰ :

ইয়াত,

\(15 = 3 \times 5\)

\(\because 2^n 5^m\) আৰ্হিৰ নহয়।

\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক।


(ix) \(\frac{35}{50}\)

উত্তৰ :

ইয়াত,

\(50 = 2^1 \times 5^2\)

\(\because 2^1 \times 5^2\) অৰ্থাৎ \(2^n 5^m\) আৰ্হিৰ হয়।

\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত।


(x) \(\frac{77}{210}\)

উত্তৰ :

ইয়াত,

\(210 = 2 \times 3 \times 5 \times 7\)

\(\because 2^n 5^m\) আৰ্হিৰ নহয়।

\(\therefore\) ইয়াৰ দশমিক বিস্তৃতি নিৰবধি পৌন:পুনিক।

Mathematics class 10 SEBA Lesson 1 Exercise 1.4 Question 1

1.4 Q.1 Maths Class 10 Solutions in assamese

Thumbnail

Post a Comment

0 Comments