Ads banner

JE Banner Ads
Image 2

Solved Question Paper | Class 8 Mathematics Half Yearly Exam 2025 (AJB Board)

Half Yearly Examination— 2025

Class:. VIII

Sub:. Mathematics

Time:. 3 hours Full Marks:. 100


"Section A"

শুদ্ধ উত্তৰটো বাছি উলিওৱা। 1×40=40

1. 0.75 =

(A) 3/4

(B) 1/2

(C) 1/4

(D) 1

উত্তৰ : (A)


2. চাৰিটা সমান বাহুৰ চতুৰ্ভুজক কোৱা হয়—

(A) বৰ্গ

(B) সমবাহু

(C) আয়ত

(D) সামান্তৰিক 

উত্তৰ : (B)


3. 1 মিটাৰ =....... চেন্টিমিটাৰ

(A) 100

(B) 1000

(C) 200

(D) 500

উত্তৰ : (A)


4. 2 ঘণ্টা 30 মিনিট =...... মিনিট

(A) 150

(B) 200

(C) 250

(D) 100

উত্তৰ : (A)


5. যদি x = 5, তেন্তে 2x + 3 = ?

(A) 13

(B) 5

(C) -13

(D) -3

উত্তৰ : (A)


6. (p + q)(p – q) = ?

(A) p² + q²

(B) p² – q²

(C) 2pq

(D) pq

উত্তৰ : (B)


7. (3a – 2b)(3a + 2b) = ?

(A) 12ab

(B) 9a² – 4b²

(C) 9a² + 4b²

(D) 6a² – 6b²

উত্তৰ : (B)


8. √225 + √64 = ?

(A) 15 + 9 = 24

(B) 15 + 8 = 23

(C) 14 + 9 = 23

(D) 16 + 8 = 24

উত্তৰ : (B)


9. যদি √x = 17, তেন্তে x = ?

(A) 2890

(B) 289

(C) 170

(D) 17

উত্তৰ : (B)


10. 31² – 30² = ?

(A) 60

(B) 61

(C) 62

(D) 961

উত্তৰ : (B)


11. (x – y)(x – z) = ?

(A) x² – xy – xz + yz

(B) x² – x(y + z) + yz

(C) উভয়েই সঠিক

(D) কোনোটি নহয়

উত্তৰ : (C)


12. 27 এটা—

(A) যৌগিক সংখ্যা

(B) মৌলিক সংখ্যা

(C) বৰ্গ সংখ্যা

(D) ঘন সংখ্যা

উত্তৰ : (D), (A)


13. তলৰ কোনটো ঘন সংখ্যা নহয়?

(A) 27

(B) 64

(C) 125

(D) 150

উত্তৰ : (D)


14. যদি ∛x = 9, তেন্তে x = ?

(A) 1000

(B) 512

(C) 81

(D) 729

উত্তৰ : (D)


15. পৰিমেয় সংখ্যা কাকে কোৱা হয়?

(A) কেৱল পূৰ্ণ সংখ্যা

(B) মৌলিক সংখ্যা

(C) কেৱল ধনাত্মক সংখ্যা

(D) a/b ৰূপত লিখিব পৰা সংখ্যা (b ≠ 0)

উত্তৰ : (D)


16. 0 × (–7/8) = ?

(A) অজ্ঞাত

(B) –7/8

(C) 1

(D) 0

উত্তৰ : (D)


17. 9/–12 = ?

(A) –0.75

(B) –3/4

(C) 3/–4

(D) সকলোবোৰ সঠিক

উত্তৰ : (D)


18. প্ৰাকৃতিক সংখ্যাৰ সংহতি = ?

(A) {1,2,3,...}

(B) {1,3,5,...}

(C) {0,1,2,3,...}

(D) {–1,–2,–3,...}

উত্তৰ : (A)


19. এটা চলকযুক্ত ৰৈখিক সমীকৰণৰ সাধাৰণ ৰূপ = ?

(A) ax + b = 0

(B) ax – by = c

(C) ax³ + b = 0

(D) ax² + bx + c = 0

উত্তৰ : (A)


20. এটা ত্ৰিভুজৰ বহি:কোনৰ সমষ্টি—

(A) 90°

(B) 120°

(C) 180°

(D) 360°

উত্তৰ : (C)


21. আটাইতকৈ সৰু অযুগ্ম সংখ্যাটো হ'ল—

(A) 0

(B) 1

(C) 3

(D) 5

উত্তৰ : (B)


22. 6.25 ৰ বৰ্গমূল —

(A) 25

(B) 2.5

(C) 0.25

(D) 2.25

উত্তৰ : (B)


23. এটা চতুৰ্ভুজৰ তিনিটা কোণৰ মাপ 130°, 70°, 83° হ'লে চতুৰ্থ কোণটোৰ মাপ কিমান?

(A) 75°

(B) 77°

(C) 80°

(D) 90°

উত্তৰ : (B)


24. তলৰ কোনটো সংহতি বুজোৱা সংগ্ৰহৰ উদাহৰণ—

(A) ভাৰতবৰ্ষৰ ডাঙৰ নগৰবোৰৰ সংগ্ৰহ ৷

(B) 50 ৰ ওচৰৰ সংখ্যাবোৰৰ সংগ্ৰহ ।

(C) অসমৰ জিলাকেইখনৰ সংগ্ৰহ ।

(D) গণিতৰ পাঠ্যপুথিখনৰ সহজ প্ৰশ্নবোৰৰ সংগ্ৰহ ।

উত্তৰ : (C)


25. 72 আৰু 108 ৰ ল:সা:গু কিমান?

(A) 216

(B) 432

(C) 144

(D) 72

উত্তৰ : (A)


26. 1.25 + 0.375 = ?

(A) 1.625

(B) 1.575

(C) 1.35

(D) 1.50

উত্তৰ : (A)


27. 45:60 ৰ সৰল ৰূপ = ?

(A) 3:4

(B) 4:5

(C) 9:12

(D) 15:20

উত্তৰ : (A)


28. 4 কেজি চিনি 200 টকা হলে, 1 কেজিৰ দাম = ?

(A) 40

(B) 45

(C) 50

(D) 60

উত্তৰ : (C)


29. বছৰত দিন = ?

(A) 360

(B) 365

(C) 366

(D) 364

উত্তৰ : (B)


30. 1 কেজি = ? গ্ৰাম

(A) 10

(B) 100

(C) 1000

(D) 10000

উত্তৰ : (C)


31. 90° কোণক কোৱা হয়—

(A) সূক্ষ্ম কোণ

(B) সমকোণ

(C) স্থূল কোণ

(D) সৰল কোণ

উত্তৰ : (B)


32. পাইথাগৰাছ উপপাদ্য অনুসৰি, সমকোণী ত্ৰিভুজত

(A) a²+b²=c²

(B) a+b=c

(C) a²+b²=2c²

(D) a²-b²=c²

উত্তৰ : (A)


33. প্ৰথম 10টা প্ৰাকৃতিক/ স্বাভাৱিক সংখ্যাৰ যোগফল = ?

(A) 50

(B) 55

(C) 60

(D) 65

উত্তৰ : (B)


34. সমদ্বিবাহু ত্ৰিভুজত কিমান বাহু সমান হয়?

(A) 1 টা

(B) 2 টা

(C) 3 টা

(D) কোনোটা নহয়

উত্তৰ : (B)


35. দুইখন সৰলৰেখা যদি কেতিয়াও মিলিত নহয়, তাক কি বুলি কোৱা হয়?

(A) লম্ব ৰেখা

(B) সমান্তৰাল ৰেখা

(C) ব্যাস

(D) কর্ণ

উত্তৰ : (B)


36. 1000 সংখ্যাটো ___ দ্বাৰা বিভাজ্য নহয়।

(A) 2

(B) 4

(C) 5

(D) 7

উত্তৰ : (D)


37. 7 ৰ প্ৰথম 3টা গুণিতক কিমান?

(A) 7, 14, 21

(B) 7, 21, 28

(C) 14, 21, 28

(D) 1, 7, 14

উত্তৰ : (B)


38. 2.5 km = ___ মিটাৰ।

(A) 25 m

(B) 250 m

(C) 2500 m

(D) 25000 m

উত্তৰ : (C)


39. প্ৰথম মৌলিক সংখ্যা আৰু দ্বিতীয় মৌলিক সংখ্যাৰ যোগফল কিমান? (2 আৰু 3)

(A) 4

(B) 5

(C) 6

(D) 7

উত্তৰ : (B)


40. কেৱল শুদ্ধ উত্তৰটো চিনাক্ত কৰা—

(A) - 11 এটা অখণ্ড সংখ্যা। 

(B) 0 স্বাভাৱিক সংখ্যা। 

(C) (A) শুদ্ধ আৰু (B) অশুদ্ধ 

(D) আটাইবোৰ শুদ্ধ। 

উত্তৰ : (C)


"Section B"


1. ৰিক্ত সংহতিৰ সংজ্ঞা লিখা? এটা উদাহৰণ দিয়া। 2


2. এটা চলকযুক্ত এযোৰ ৰৈখিক সমীকৰণ লিখা। 2


3. 3x/(5x+2)=-4 x — ৰ মান উলিওৱা। 2


4. যদি এটা সংখ্যা আৰু ইয়াৰ অৰ্ধাংশৰ যোগফল 72 হয়, তেন্তে আনটো সংখ্যা কিমান? 2 


5. এটা সুষম বহুভুজৰ একোটা বহিঃকোণৰ মাপ 25° হ'ব পাৰেনে ? 2 


6. তলৰ বহুভুজটোৰ পৰা x ৰ মান উলিওৱা। 3


Figure 4(a) q.10 (ii)


7. এটা চতুৰ্ভুজৰ কোণ চাৰিটাৰ অনুপাত 2 : 3 : 5 : 8 হ'লে কোণ চাৰিটাৰ মাপ নিৰ্ণয় কৰা। 3


8. 3380 সংখ্যাটো পূৰ্ণ বৰ্গ হয় নে নহয়? যুক্তি দিয়া। 3


9. যদি 3a+b=18 আৰু ab=12 তেন্তে 9a²+b² ৰ মান উলিওৱা। 3


10. √175×√28 ৰ মান উলিওৱা। 3


11. এটা বৰ্গৰ কৰ্ণৰ দীঘ 10√2 ছেমি. হ'লে তাৰ বাহুৰ দীঘ নিৰ্ণয় কৰা। 4


12. তলৰ পৰিমেয় সংখ্যাবোৰ সমাধান কৰা। 4

(ক) 7/8 - -5/9+ -11/36

(খ) -7/5+ -4/5 +3/5 +8/5


13. 4

(ক) -1/2 আৰু -1/3 ৰ মাজত 4টা পৰিমেয় সংখ্যা লিখা। 

(খ) 2/3, -7/4, -4/-5, 7/-6 সংখ্যাকেইটা ঊৰ্ধক্ৰমত সজোৱা। 

14. তলৰবোৰ সমাধান কৰা। 4

(ক) - 8/15 ক 3/-26 ক পূৰণ কৰা। 

(খ) 55/21÷-33/14


15. সূত্ৰ ব্যৱহাৰ কৰি বৰ্গ উলিওৱা। (যিকোনো দুটা) 4

(ক) 101

(খ) 998

(গ) 11+y²


16. দীৰ্ঘ হৰণ পদ্ধতিৰে হৰণ কৰা—5

(a) a²+7a+12 ক a+3 ৰে

(b) 6x²-7x-3 ক 3x+1 ৰে


17. সৰল কৰা— 5

(ক) (2a-3b) + (3a-2b) - (5-2a+6b)

(খ) (10a-4b)² + 160ab = (10a+4b)²

18. 9x³-5/(2x²y)- 12xy²+3 ৰাশিটোত—5

(i) চলকবোৰ লিখা।

(ii) মাত্ৰা লিখা। 

(iii) ধ্ৰুৱক পদ কিমান? 

(iv) x³—ৰ সংখ্যিক মা লিখ। 

(v) চলক কেমানটা আছে আৰু কি কি?

Post a Comment

0 Comments