Tinsukia Ambition Senior Secondary School
Common Entrance Test For Admission— 2026
Class : VI
Total Time : 1 Hour Tota Marks : 30
শুদ্ধ উত্তৰত ✔️ চিন দিয়া। (Each question carry one mark)
Question 1. Fill in the blank. She ______ playing in the field.
(a) are
(b) is
(c) am
(d) be
Answer : Option (b)
Question 2. Which of the following spelling is correct -
(a) People
(b) pipul
(c) peaple
(d) Peopul
Answer : Option (a)
Question 3. Choose the Plural form of "Woman"
(a) Women
(b) Womens
(c) Womans
(d) Wemen
Answer : Option (a)
Question 4. What is the opposite word of "near"?
(a) near
(b) far
(c) long
(d) short
Answer : Option (b)
Question 5. Choose the correct article- He is ______ honest boy.
(a) a
(b) the
(c) an
(d) none of the above
Answer : Option (c)
Question 6. Choose the correct sentence
(a) I has a pen.
(b) I have a pen.
(c) I having a pen.
(d) I was a pen.
Answer : Option (b)
Question 7. 900 - 456 = ?
(a) 444
(b) 454
(c) 464
(d) 474
Answer : Option (a)
Question 8. ১ লিটাৰ = ? মিলিলিটাৰ
(a) 100
(b) 500
(c) 1000
(d) 2000
Answer : Option (c)
Question 9. বৰ্গক্ষেত্ৰত কিমানটা বাহু থাকে?
(a) ২
(b) ৩
(c) ৪
(d) ৫
Answer : Option (c)
Question 10. 250 + 250 = ?
(a) 400
(b) 450
(c) 500
(d) 550
Answer : Option (c)
Question 11. তলৰ কোনটো যুগ্ম সংখ্যা ?
(a) 7
(b) 9
(c) 12
(d) 15
Answer : Option (c)
Question 12. পানীৰ মূল উৎস কি?
(a) নদী
(b) বৃষ্টি
(c) সাগৰ
(d) কুঁৱা
Answer : Option (b)
Question 13. গছৰ মূলৰ কাম কি ?
(a) খাদ্য তৈয়াৰ
(b) পানী শোষণ
(c) ফুল ধৰা
(d) ফল ধৰা
Answer : Option (b)
Question 14. তলৰ কোনটো যোগাযোগৰ মাধ্যম?
(a) টেলিফোন
(b) গছ
(c) পাথৰ
(d) নদী
Answer : Option (a)
Question 15. তলৰ কোনটো প্ৰাকৃতিক সম্পদ?
(a) পানী
(b) গাড়ী
(c) ঘৰ
(d) টিভি
Answer : Option (a)
Question 16. তলৰ কোনটো পোহৰৰ উৎস?
(a) সূৰ্য্য
(b) বালি
(c) পাথৰ
(d) গছ
Answer : Option (a)
Question 17. তলৰ কোনটো বন সংৰক্ষণৰ উপায় ?
(a) গছ কটা
(b) গছ ৰোপণ
(c) জুই লগোৱা
(d) আৱৰ্জনা পেলোৱা
Answer : Option (b)
Question 18. অসমৰ প্ৰধান নদীখনৰ নাম হ'ল ------
(a) গঙ্গা
(b) যমুনা
(c) ব্ৰহ্মপুত্ৰ
(d) পদ্মা
Answer : Option (c)
Question 19. কাগজ উদ্যোগৰ প্ৰধান কেঁচামাল হ'ল -------
(a) ঘেঁহু
(b) কাঁচ
(c) বাঁহ
(d) পানী
Answer : Option (c)
Question 20. অসমৰ জাতীয় ফল হৈছে -
(a) আম
(b) আপেল
(c) নেমু
(d) কাজি নেমু
Answer : Option (d)
Question 21. পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰাণীটো হ'ল -
(a) হাতী
(b) ডাইনোছৰ
(c) নীলা তিমি
(d) উট
Answer : Option (c)
Question 22. ৰামধেনুৰ আটাইতকৈ ওপৰত থকা ৰঙটো হ'ল -
(a) নীলা
(b) ৰঙা
(c) সেউজীয়া
(d) হালধীয়া
Answer : Option (b)
Question 23. আহোমৰ প্ৰথম ৰাজধানী আছিল -
(a) শিৱসাগৰ
(b) চৰাইদেউ
(c) শদিয়া
(d) প্ৰাগজ্যোতিষপুৰ
Answer : Option (b)
Question 24. অসমৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ মৃত্যু হৈছিল -
(a) ১৯ ছেপ্টেম্বৰ, ২০২৫
(b) ২০ ছেপ্টেম্বৰ, ২০২৫
(c) ২১ ছেপ্টেম্বৰ, ২০২৫
(d) ১৮ ছেপ্টেম্বৰ, ২০২৫
Answer : Option (a)
Question 25. বৰ্তমান উত্তৰ পূৱ ভাৰতত কেইখন ৰাজ্য আছে -
(a) 10
(b) 8
(c) 7
(d) 9
Answer : Option (b)
Question 26. তলৰ কোনখন এখন পাহাৰীয়া জিলা ?
(a) নগাঁও
(b) মৰিগাঁও
(c) হোজাই
(d) কাৰ্বি আংলং
Answer : Option (d)
Question 27. তলৰ কোন জন ব্যক্তি অসমীয়া সাহিত্যিক নহয় -
(a) জ্যোতিপ্ৰসাদ আগৰৱালা
(b) ড° ভূপেন হাজৰিকা
(c) ডা° বনজিৎ পেগু
(d) লক্ষ্মীনাথ বেজবৰুৱা
Answer : Option (b)
Question 28. পৰিষ্কাৰ শব্দটোৰ শুদ্ধ বৰ্ণ বিন্যাসটো বাছি উলিওৱা -
(a) প্ + অ + ৰ্ + ই + ষ + ক্ + আ + ৰ
(b) প্ + ৰ্ + অ + ই + ষ + ক্ + আ + ৰ
(c) প্ + অ + ৰ্ + ই + ষ + ক্ + অ + ৰ + অ
(d) প্ + অ + ৰ্ + ই + খ + ক্ + আ + ৰ
Answer : Option (a)
Question 29. দবাঘৰ + ঈয়া = দবাঘৰীয়া -- এই উদাহৰণ চাই শুদ্ধটো বাছি উলিওৱা-
(a) গাঁও + অলীয়া = গাঁৱলীয়া
(b) গাঁও + অলিয়া = গাঁৱলীয়া
(c) গাওঁ + অলীয়া = গাঁৱলীয়া
(d) গাৱ + আলিয়া = গাঁৱলীয়া
Answer : Option (a)
Question 30. শুদ্ধ যুক্তাক্ষৰ চিনাক্ত কৰা -
(a) স + থ = স্থ
(b) স + হ = স্হ
(c) হ + স = হ্স
(d) স + হ + থ = স্থ
Answer : Option (a)


.jpg)










0 Comments