Ads banner

JE Banner Ads
Image 2

Ramadan 2026 Timetable: Sehri and Iftar Times Nagaon District

NAGAON 2026

Syncing Timings...

00

Hours

00

Minutes

00

Seconds

SEHRI LIVE PROGRESS IFTAR

Ramadan Timetable

Hijri 1447
ৰমজান মাহ দিন / বাৰ চেহেৰিৰ সময় ইফতাৰৰ সময়
🌙 ৰোজাৰ নিয়ত (চেহেৰিৰ দোৱা)

نَوَيْتُ اَنْ اَصُوْمَ غَدًا مِّنْ شَهْرِ رَمْضَانَ الْمُبَارَكِ فَرْضًا لَكَ يَا اَللهُ فَتَقَبَّلْ مِنِّى اِنَّكَ اَنْتَ السَّمِيْعُ الْعَلِيْمُ

নাৱাইতু আন আছুম্মা গাদাম্মীণ শ্বাহৰি ৰামাজানাল মোবাৰাকি ফাৰজোল্লাকা ইয়া আল্লাহু ফাতাকাব্বাল মিন্নী ইন্নাকা আনতাছছামিউল আলীম।

অৰ্থ: হে আল্লাহ! মই কাইলৈ পবিত্ৰ ৰমজানৰ ফৰজ ৰোজা ৰখাৰ নিয়ত কৰিছোঁ। গতিকে মোৰ ফালৰ পৰা তাক কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা আৰু সৰ্বজ্ঞ।

Nawaytu an asuma ghadam min shahri Ramadan al-mubarak fardan laka ya Allahu fataqabbal minni innaka antas-sami'ul 'alim.

I intend to fast tomorrow in the blessed month of Ramadan, which is obligatory for me for your sake, O Allah. So accept it from me; indeed, You are the All-Hearing, All-Knowing.

🍷 ইফতাৰৰ দোৱা

اَللَّهُمَّ لَكَ صُمْتُ وَعَلَى رِزْقِكَ اَفْطَرْتُ

আল্লাহুম্মা লাকা ছুমতু ওয়া আলা ৰিজকিকা আফতাৰতু।

অৰ্থ: হে আল্লাহ! মই তোমাৰ বাবেই ৰোজা ৰাখিছিলোঁ আৰু তোমাৰ দিয়া ৰিজিকৰ দ্বাৰাই ইফতাৰ কৰিলোঁ।

Allahumma laka sumtu wa ala rizqika aftartu.

O Allah, I fasted for You and break my fast with Your sustenance.

Sacred Window
Wishing you A Very Happy

EID UL FiTR MUBARAK

May your celebration be filled with joy.

Post a Comment

0 Comments