Ads banner

JE Banner Ads
Image 2

অসমীয়া সংখ্যা ১ ৰ পৰা ১০০ লৈ (বানানসহ) Assamese Numbers 1 to 100 in Words.

১ → এক

২ → দুই

৩ → তিনি

৪ → চাৰি

৫ → পাঁচ

৬ → ছয়

৭ → সাত

৮ → আঠ

৯ → ন

১০ → দহ

১১ → এঘাৰ

১২ → বাৰ

১৩ → তেৰ

১৪ → চৈধ্য

১৫ → পোন্ধৰ

১৬ → ষোল্ল

১৭ → সোতৰ

১৮ → ওঠৰ

১৯ → উনৈশ

২০ → বিশ

২১ → একৈশ

২২ → বাইশ

২৩ → তেইশ

২৪ → চৌব্বিশ

২৫ → পঁচিশ

২৬ → ছাব্বিশ

২৭ → সাতাইশ

২৮ → আঠাইশ

২৯ → উনত্ৰিশ

৩০ → ত্ৰিশ

৩১ → একত্রিশ

৩২ → বত্ৰিশ

৩৩ → ত্ৰেত্ৰিশ

৩৪ → চৌত্ৰিশ

৩৫ → পঁয়ত্ৰিশ

৩৬ → ছয়ত্ৰিশ

৩৭ → সাতত্ৰিশ

৩৮ → আঠত্ৰিশ

৩৯ → উনচল্লিশ

৪০ → চল্লিশ

৪১ → একচল্লিশ

৪২ → বিয়াল্লিশ

৪৩ → তিয়াল্লিশ

৪৪ → চৌৱাল্লিশ

৪৫ → পঞ্চল্লিশ

৪৬ → ছয়চল্লিশ

৪৭ → সাতচল্লিশ

৪৮ → আঠচল্লিশ

৪৯ → উনপঞ্চাশ

৫০ → পঞ্চাশ

৫১ → একাউন

৫২ → বাউন

৫৩ → তেরন

৫৪ → চৌৰন

৫৫ → পঞ্চপন

৫৬ → ছাপ্পন

৫৭ → সাতৱন

৫৮ → আঠাউন্ন

৫৯ → উনষাঠি

৬০ → ষাঠি

৬১ → একষষ্ঠি

৬২ → বাষষ্ঠি

৬৩ → তেষষ্ঠি

৬৪ → চৌষষ্ঠি

৬৫ → পঁয়ষষ্ঠি

৬৬ → ছয়ষষ্ঠি

৬৭ → সাতষষ্ঠি

৬৮ → আঠষষ্ঠি

৬৯ → উনসত্তৰ

৭০ → সত্তৰ

৭১ → একসত্তৰ

৭২ → বাসত্তৰ

৭৩ → তেসত্তৰ

৭৪ → চৌসত্তৰ

৭৫ → পঁয়সত্তৰ

৭৬ → ছয়সত্তৰ

৭৭ → সাতসত্তৰ

৭৮ → আঠসত্তৰ

৭৯ → উনাশী

৮০ → আশী

৮১ → একাশী

৮২ → বিৰাশী

৮৩ → তিৰাশী

৮৪ → চৌৰাশী

৮৫ → পঁচাশী

৮৬ → ছয়াশী

৮৭ → সাতাশী

৮৮ → আঠাশী

৮৯ → উননব্বৈ

৯০ → নব্বৈ

৯১ → একানব্বৈ

৯২ → বিৰানব্বৈ

৯৩ → তিৰানব্বৈ

৯৪ → চৌৰানব্বৈ

৯৫ → পঁচানব্বৈ

৯৬ → ছিয়ানব্বৈ

৯৭ → সাতানব্বৈ

৯৮ → আঠানব্বৈ

৯৯ → নিৰানব্বৈ

১০০ → এশ

Post a Comment

0 Comments