Ads banner

JE Banner Ads
Image 2

ডাঙৰ সংখ্যা - অধ্যায় ১ - গণিত - চতুৰ্থ শ্ৰেণী (অসম জাতীয় বিদ্যালয়)

(AJB)

Assam Jatiya Bidyalay

Class : IV

Subject : Mathematics

Medium : Assamese


Chapter : 1

ডাঙৰ সংখ্যা 


অনুশীলনী : 1(ক)


১ / তলৰ সংখ্যাবোৰ বিস্তাৰ (expand) কৰি দেখুওৱা।

(ক) ৪৬৫৭৮

উত্তৰ:

৪৬৫৭৮ -ৰ বিস্তাৰিত ৰূপটো হ'ল

= ৪০০০০ + ৬০০০ + ৫০০ + ৭০ + ৮


​(খ) ৮৪৩৭৯০৫

উত্তৰ:

৮৪৩৭৯০৫ -ৰ বিস্তাৰিত ৰূপটো হ'ল

= ৮০০০০০০ + ৪০০০০০ + ৩০০০০ + ৭০০০ + ৯০০ + ৫


​(গ) ৩০০৪৮৫

উত্তৰ:

৩০০৪৮৫ -ৰ বিস্তাৰিত ৰূপটো হ'ল

= ৩০০০০০ + ৪০০ + ৮০ + ৫


​(ঘ) ৪০৩৫৮৪৯১

উত্তৰ:

৪০৩৫৮৪৯১ -ৰ বিস্তাৰিত ৰূপটো হ'ল

= ৪০০০০০০০ + ৩০০০০০ + ৫০০০০ + ৮০০০ + ৪০০ + ৯০ + ১


​(ঙ) ৯২৫০০৪১২

উত্তৰ:

৯২৫০০৪১২ -ৰ বিস্তাৰিত ৰূপটো হ'ল

= ৯০০০০০০০ + ২০০০০০০ + ৫০০০০০ + ৪০০ + ১০ + ২


২ / তলৰ সংখ্যাবোৰৰ ঘেৰ দিয়া (circled) অংকবোৰৰ স্থান মান লিখা।

​(ক) ৭৬(৩)৯৪

​উত্তৰ:

৩ ৰ স্থান মান = ৩০০


Note :

ইয়াত ঘেৰ দিয়া অংকটো হ’ল ৩।

৩ অংকটো শতকৰ স্থানত আছে।

গতিকে, ৩ ৰ স্থান মান = ৩ শ

= ৩০০


​(খ) (২)৩৫৪৩৭

​উত্তৰ:

২ ৰ স্থান মান = ২০০০০০


Note :

ইয়াত ঘেৰ দিয়া অংকটো হ’ল ২।

২ অংকটো লাখৰ স্থানত আছে।

গতিকে, ২ ৰ স্থান মান = ২ লাখ

= ২০০০০০


​(গ) ৪০(৯)৮৫৪৩

​উত্তৰ:

৯ ৰ স্থান মান = ৯০০০০


Note :

ইয়াত ঘেৰ দিয়া অংকটো হ’ল ৯।

৯ অংকটো অযুতৰ স্থানত আছে।

গতিকে, ৯ ৰ স্থান মান = ৯ অযুত 

= ৯০০০০


​(ঘ) (৩)৪৭৮৫৯২৪

​উত্তৰ:

৩ ৰ স্থান মান = ৩০০০০০০০


Note :

ইয়াত ঘেৰ দিয়া অংকটো হ’ল ৩।

৩ অংকটো নিযুতৰ স্থানত আছে।

গতিকে, ৩ ৰ স্থান মান = ৩ নিযুত

= ৩০০০০০০০


​৩ / তলৰ সংখ্যাবোৰ শব্দৰে (in words) লিখা।

​(ক) ৪২,৯১৫

উত্তৰ: বিয়াল্লিশ হাজাৰ নশ পোন্ধৰ।


​(খ) ৩৫,০০১

উত্তৰ: পঁয়ত্ৰিশ হাজাৰ এক।


​(গ) ২,৪০,৮৬৫

উত্তৰ: দুই লাখ চল্লিছ হাজাৰ আঠশ পঁষষ্ঠি।


​(ঘ) ৪,১০,৩৭২

উত্তৰ: চাৰি লাখ দহ হাজাৰ তিনিশ বাসত্তৰ।


​(ঙ) ১৩,৮০,৯৫০

উত্তৰ: তেৰ লাখ আশী হাজাৰ নশ পঞ্চাশ।


​(চ) ১,৯০,৮০,৪১০

উত্তৰ: এক কোটি নব্বৈ লাখ আশী হাজাৰ চাৰিশ দহ।


​(ছ) ১২,৩০,১৪,০০০

উত্তৰ: বাৰ কোটি ত্ৰিশ লাখ চৈধ্য হাজাৰ।


​(জ) ১৫,৪৫,১৮,৩৫২

উত্তৰ: পোন্ধৰ কোটি পঞ্চল্লিশ লাখ ওঠৰ হাজাৰ তিনিশ বাৱন।


​(ঝ) ৪৮,০০,০০,৩০০

উত্তৰ: আঠচল্লিশ কোটি তিনিশ।


​(ঞ) ২০,০০,০০,০০০

উত্তৰ: বিশ কোটি।


​(ট) ২৫০,৪০,৩০,৬০০

উত্তৰ: দুশ পঞ্চাশ কোটি চল্লিছ লাখ ত্ৰিশ হাজাৰ ছয়শ।


​(ঠ) ৩৮০,০০,৪০,৫০০

উত্তৰ: তিনিশ আশী কোটি চল্লিছ হাজাৰ পাঁচশ।


৪ / তলৰ সংখ্যাবোৰ অংকৰে (in figures) লিখা। 

​(ক) ষাঠি হাজাৰ পাঁচশ ছয়চল্লিশ।

উত্তৰ: ৬০,৫৪৬


​(খ) সাতত্ৰিশ হাজাৰ নশ ছাবিছ।

উত্তৰ: ৩৭,৯২৬


​(গ) দুই লাখ বত্ৰিশ হাজাৰ পোন্ধৰ।

উত্তৰ: ২,৩২,০১৫


​(ঘ) ত্ৰিশ লাখ পঞ্চাছ হাজাৰ তিনিশ বাইছ।

উত্তৰ: ৩০,৫০,৩২২


​(ঙ) সাত কোটি আঠৱন্ন লাখ চৌত্ৰিছ হাজাৰ নশ পঞ্চশ্লিছ।

উত্তৰ: ৭,৫৮,৩৪,৯৪৫


​(চ) চৈধ্য কোটি নিৰানব্বৈ হাজাৰ পাঁচশ।

উত্তৰ: ১৪,০০,৯৯,৫০০


​(ছ) ওঠৰ লাখ বিছ হাজাৰ।

উত্তৰ: ১৮,২০,০০০


​(জ) ৮৫ কোটি ১৮ লাখ ৩০ হাজাৰ ৯৪৮।

উত্তৰ: ৮৫,১৮,৩০,৯৪৮


​(ঝ) ১০২ কোটি ৯০ লাখ ৪৫ হাজাৰ ৫৩০।

উত্তৰ: ১০২,৯০,৪৫,৫৩০


​(ঞ) ৫১২ কোটি ৮০ লাখ ৪৮ হাজাৰ।

উত্তৰ: ৫১২,৮০,৪৮,০০০


৫ / তলৰ সংখ্যাবোৰৰ উপযুক্ত স্থানত ক’মা (comma) দিয়া আৰু আখৰেৰে লিখা।

​(ক) ৪০৯৮৫

উত্তৰ: ৪০,৯৮৫

আখৰেৰে: চল্লিছ হাজাৰ নশ পঁচাশী।


​(খ) ৮৩৫৯৮২

উত্তৰ: ৮,৩৫,৯৮২

আখৰেৰে: আঠ লাখ পঁয়ত্ৰিশ হাজাৰ নশ বিৰাশী।


​(গ) ৯৮৩২৫৯০

উত্তৰ: ৯৮,৩২,৫৯০

আখৰেৰে: আঠানব্বৈ লাখ বত্ৰিশ হাজাৰ পাঁচশ নব্বৈ।


​(ঘ) ১৪৩৮৫০৪১৪

উত্তৰ: ১৪,৩৮,৫০,৪১৪

আখৰেৰে: চৈধ্য কোটি আঠত্ৰিশ লাখ পঞ্চাশ হাজাৰ চাৰিশ চৈধ্য।


​(ঙ) ৩০০০০০০০০

উত্তৰ: ৩০,০০,০০,০০০

আখৰেৰে: ত্ৰিশ কোটি।


​(চ) ৪৬৯২৭৮৯৫১

উত্তৰ: ৪৬,৯২,৭৮,৯৫১

আখৰেৰে: ছয়চল্লিছ কোটি বিৰানব্বৈ লাখ আঠসত্তৰ হাজাৰ নশ একান্ন।


৬ / তলৰ সংখ্যাবোৰ চুটিকৈ লিখা।

​(ক) ৮০০০০০০ + ৩০০০০০ + ৪০০০০ + ২০০০ + ৪০০ + ৩০ + ৫

উত্তৰ: ৮৩,৪২,৪৩৫


​(খ) ৬০০০০০০০ + ৪০০০০০ + ৩০০০০ + ৮০০ + ১

উত্তৰ: ৬,০৪,৩০,৮০১


​(গ) ২০০০০০০০০ + ৪০০০০০০ + ৬০০০০০ + ৯০০০০ + ৫০০০ + ৪০০ + ১০ + ৭

উত্তৰ:


অৰ্থাৎ, ২০,৪৬,৯৫,৪১৭


৭ / খালী ঠাই পূৰ কৰা।

​(ক) ১ লাখ = [ _____ ] হাজাৰ।

উত্তৰ : ১ লাখ = [ ১০০ ] হাজাৰ।


Note :

​(যিহেতু ১,০০,০০০ টো ১০০ টা হাজাৰৰ সমান।)


​(খ) ৫ লাখ = [ _____ ] হাজাৰ।

উত্তৰ : ৫ লাখ = [ ৫০০ ] হাজাৰ।


Note :

​(যিহেতু ১ লাখত ১০০ হাজাৰ থাকে, গতিকে ৫ লাখত ৫ × ১০০ = ৫০০ হাজাৰ থাকে।)


​(গ) ১ কোটি = [ _____ ] নিযুত = [ _____ ] লাখ।

উত্তৰ : ১ কোটি = [ ১০ ] নিযুত = [ ১০০ ] লাখ।


Note :

​(যিহেতু ১ কোটি ১০ নিযুতৰ সমান আৰু ১০০ লাখত ১ কোটি হয়।)


​(ঘ) ৪ কোটি = [ _____ ] লাখ।

উত্তৰ : ৪ কোটি = [ ৪০০ ] লাখ।


Note :

​(যিহেতু ১ কোটিত ১০০ লাখ থাকে, গতিকে ৪ কোটিত ৪ × ১০০ = ৪০০ লাখ থাকে।)


​(ঙ) ৬০০ লাখ = [ _____ ] কোটি।

উত্তৰ : ৬০০ লাখ = [ ৬ ] কোটি।


Note :

​(যিহেতু ১০০ লাখত ১ কোটি হয়, গতিকে ৬০০ লাখত ৬০০ × ১০০ = ৬ কোটি হ’ব।)


৮ / বাকচৰ ভিতৰত > বা < চিন বহুওৱা।

​(ক) ৪৩,৮১৪ [ _____ ] ৪,৩৫,৯১৮

উত্তৰ : ৪৩,৮১৪ [ < ] ৪,৩৫,৯১৮


Note :

​(যিহেতু ৪৩,৮১৪ এটা ৫ টা অংকবিশিষ্ট সংখ্যা আৰু ৪,৩৫,৯১৮ এটা ৬ টা অংকবিশিষ্ট সংখ্যা।)


​(খ) ৮৪,৭১৮ [ _____ ] ৮৪,৮১৮

উত্তৰ : ৮৪,৭১৮ [ < ] ৮৪,৮১৮


Note :

​(যিহেতু দুয়োটা সংখ্যাৰে অযুত আৰু হাজাৰৰ স্থানৰ অংক একে, কিন্তু শতকৰ স্থানত ৭তকৈ ৮ ডাঙৰ।)


​(গ) ৬৪,৯০০ [ _____ ] ৬৩,৯৯৯

উত্তৰ : ৬৪,৯০০ [ > ] ৬৩,৯৯৯


Note :

​(যিহেতু হাজাৰৰ স্থানত ৩ তকৈ ৪ ডাঙৰ।)


​(ঘ) ২,৪০,৩৫০ [ _____ ] ২,৩৯,৯০০

উত্তৰ : ২,৪০,৩৫০ [ > ] ২,৩৯,৯০০


Note :

​(যিহেতু অযুতৰ স্থানত ৩ তকৈ ৪ ডাঙৰ।)


​(ঙ) ৩,৩৩,৩৩০ [ _____ ] ৩,৩৩,৩০৩

উত্তৰ : ৩,৩৩,৩৩০ [ > ] ৩,৩৩,৩০৩


Note :

​(যিহেতু দহকৰ স্থানত ০ তকৈ ৩ ডাঙৰ।)


​(চ) ২০,৩০,৮০০ [ _____ ] ২০,৩১,০০০

উত্তৰ : ২০,৩০,৮০০ [ < ] ২০,৩১,০০০


Note :

​(যিহেতু হাজাৰৰ স্থানত ০ তকৈ ১ ডাঙৰ।)


​(ছ) ২,৩০,৪০,৯৯০ [ _____ ] ২,৩০,৪০,০৯৯

উত্তৰ : ২,৩০,৪০,৯৯০ [ > ] ২,৩০,৪০,০৯৯


Note :

​(যিহেতু শতকৰ স্থানত ০ তকৈ ৯ ডাঙৰ।)


​৯ / তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা।

​(ক) ২১,৮১৪; ২৫,৩০০; ২৫,২৯০; ২১,৮৪১

উত্তৰ : ২১,৮১৪ < ২১,৮৪১ < ২৫,২৯০ < ২৫,৩০০


Note :

​(ইয়াত ২১ হাজাৰৰ সংখ্যা দুটাৰ ভিতৰত ৮১৪ সৰু, আৰু ২৫ হাজাৰৰ সংখ্যা দুটাৰ ভিতৰত ২৯০ সৰু।)


​(খ) ১,৪৬,৩২৫; ১,৪৬,০৯০; ১,৪৭,০০০; ১,৪৬,১৮০

উত্তৰ : ১,৪৬,০৯০ < ১,৪৬,১৮০ < ১,৪৬,৩২৫ < ১,৪৭,০০০


Note :

​(ইয়াত ১,৪৬,০০০ পৰ্যায়ৰ সংখ্যা তিনিটাৰ ভিতৰত শতকৰ স্থানৰ অংক তুলনা কৰি সজোৱা হৈছে।)


​(গ) ৭,৭০,০৭০; ৭,০৭,৭৭৭; ৭,০৭,০৭৭; ৭,৭০,৭৭০

উত্তৰ : ৭,০৭,০৭৭ < ৭,০৭,৭৭৭ < ৭,৭০,০৭০ < ৭,৭০,৭৭০


Note :

​(ইয়াত প্ৰথমে ৭,০৭,০০০ পৰ্যায়ৰ সংখ্যা দুটা সজোৱা হৈছে আৰু তাৰ পিছত ৭,৭০,০০০ পৰ্যায়ৰ সংখ্যা দুটা তুলনা কৰা হৈছে।)


১০ / খালী ঠাই পূৰ কৰা।

​(ক) ৩৯,০০০ তকৈ ১০০০ বেছি = [ _____ ]

উত্তৰ : ৩৯,০০০ তকৈ ১০০০ বেছি = [ ৪০,০০০ ]


Note :

​(যিহেতু ৩৯,০০০ + ১,০০০ = ৪০,০০০)


​(খ) ৪৫,০০০ তকৈ ১০০০ কম = [ _____ ]

উত্তৰ : ৪৫,০০০ তকৈ ১০০০ কম = [ ৪৪,০০০ ]


Note :

​(যিহেতু ৪৫,০০০ - ১,০০০ = ৪৪,০০০)


​(গ) ২,৩৭,৫০০ তকৈ ১০০ কম = [ _____ ]

উত্তৰ : ২,৩৭,৫০০ তকৈ ১০০ কম = [ ২,৩৭,৪০০ ]


Note :

​(যিহেতু ২,৩৭,৫০০ - ১০০ = ২,৩৭,৪০০)


​(ঘ) ৩,৪৫,৪২৫ তকৈ ১ লাখ কম = [ _____ ]

উত্তৰ : ৩,৪৫,৪২৫ তকৈ ১ লাখ কম = [ ২,৪৫,৪২৫ ]


Note :

​(যিহেতু ৩,৪৫,৪২৫ - ১,০০,০০০ = ২,৪৫,৪২৫)

Post a Comment

0 Comments