Ads banner

JE Banner Ads
Image 2

সংখ্যাৰেখাত √2 ৰ অৱস্থান নির্ণয় কৰা।

প্ৰশ্ন : সংখ্যাৰেখাত √2 ৰ অৱস্থান নির্ণয় কৰা।
উত্তৰ :


x'0x সংখ্যা ৰেখাৰ ওপৰত এটা একক বর্গক্ষেত্র OABC লোৱা হ'ল।
OA=AB=BC=CO= 1 একক। OC সংযোগ কৰা হ'ল।
পাইথাগোৰাচৰ সূত্ৰ ব্যৱহাৰ কৰি,
⇒OB²=OA²+AB²
⇒OB²=1²+1²
⇒OB²=1+1
⇒OB²=2
⇒OB=√2


এতিয়া,
কম্পাচৰ সহায়ত "O" বিন্দুক কেন্দ্ৰ ধৰি আৰু OB ক ব্যাসার্ধ হিচাপে লৈ এটা বৃত্তৰ চাপ অংকন কৰাত "P" বিন্দুত ছেদ কৰে। এই P বিন্দুটোৱেই সংখ্যাৰেখাত √2 ৰ অৱস্থান নিৰ্দ্দেশ কৰে।

Post a Comment

0 Comments