উত্তৰ :
বিৰুদ্ধভাৱে ধৰাহ’ল \(7\sqrt{5}\) এটা পৰিমেয় সংখ্যা।
∴ \(7\sqrt{5} = \frac{p}{q}\) [\(p\), \(q\) সহমৌলিক আৰু \(q \neq 0\)]
⇒ \(7\sqrt{5}q = p\)
⇒ \(\sqrt{5} = \frac{p}{7q}\)
∵ \(\sqrt{5}\) এটা অপৰিমেয় সংখ্যা, আৰু ইয়াক ভগ্নাংশৰ দ্বাৰা প্রকাশ কৰা সম্ভৱ নহয়।
গতিকে, আমি বিৰুদ্ধভাৱে ধৰা \(7\sqrt{5}\) এটা পৰিমেয় সংখ্যা কথাটো অসত্য।
∴ \(7\sqrt{5}\) এটা অপৰিমেয় সংখ্যা।

0 Comments