Ads banner

JE Banner Ads
Image 2

সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে ?

 প্ৰশ্ন : সন্তুলিত ৰাসায়নিক সমীকৰণ কাক বোলে ?

উত্তৰ : যি ৰাসায়নিক বিক্ৰিয়াৰ বিক্ৰিয়াজাত পদাৰ্থৰ মৌলবোৰৰ মু্ঠ ভৰ বিক্ৰিয়কৰ মৌলবোৰৰ মুঠ ভৰৰ সমান হয়, তেনে ৰাসায়নিক বিক্ৰিয়াৰ সমীকৰণক সন্তুলিত ৰাসায়নিক সমীকৰণ বোলে |