Ads banner

JE Banner Ads
Image 2

Wedding invitation card/text in Assamese

 || আচ্ছালামু আলাইকুম ||

┏━━━━°❀•°✮°•❀°━━━┓

"শুভ বিবাহ"

┗━━━━°❀•°✮°•❀°━━━┛

সবিনয় নিবেদন,
        পৰম কৰুণাময় আল্লাহৰ ওপৰত ভৰষা কৰি আঘোন মাহৰ ১২ তাৰিখ (ইং ২৯ নৱেম্বৰ, ২০২৩) বুধবাৰে আমাৰ কনিষ্ঠা কন্যা মিছ মাহমুদা খাতুন (মুন্নি)ৰ শুভ-বিবাহৰ দিন ধাৰ্য্য কৰা হৈছে।
        তদুপলক্ষে আপোনাৰ বহু ব্যস্ততাৰ মাজতো আপোনাক/আপোনালোকক সপৰিয়ালে সাদৰেৰে নিমন্ত্রণ জনালোঁ৷ উক্ত দিনা বিবাহস্থলীত উপস্থিত থাকি কইনাক আশীৰ্বাদ দিয়াৰ লগতে আমাকো কৃতাৰ্থ কৰিব বুলি আশা কৰিলোঁ ৷

╭────༺♡༻────╮
                বিবাহৰ স্থান
    নিজা বাসগৃহত, নূৰ-নগৰ
    ছোটৰূপহী, নগাঁও (অসম)
╰────༺♡༻────╯

ইতি—             
বিনয়াবনত
তাফাজ্জুল হুছেইন (বাবা)
ছুৰীয়া খাতুন (মা)
ছাবিৰ মৰল (ভাইটি)

অভ্যৰ্থনা : দিনৰ ১২ বজাৰ পৰা সন্ধিয়া ৭ বজালৈ।

Post a Comment

0 Comments