Ads banner

JE Banner Ads
Image 2

Write An Application To The Principal For Re-Exam Due To Failure for school (English/Assamese medium)

To,

The Headmaster,
_______________________ School.
Subject : An application for re-exam due to failure.

Respected Sir,
With all due respect, I want to seek permission to re-appear in the half yearly exam that was held on September, 2023. I am a student of class 10th in your school. I had also appeared in the exam but I failed due to some unforeseen circumstances. Now that I have prepared again please grant me one-time permission to appear in the exam once again.

Thanking You
Yours faithfully
Name : Jahan
Roll no. 01
Class : x





প্ৰতি,
মাননীয় প্ৰধান শিক্ষক মহোদয়,
____________________স্কুল।
তাৰিখ : 19/10/2023

বিষয় : বিফল হোৱাৰ বাবে পুনৰ পৰীক্ষাৰ বাবে আবেদন।

মহাশয়,
সম্মান পূর্ব্বক বিনীত নিবেদন, মই আপোনাৰ বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্র/ছাত্ৰী। যোৱা ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হোৱা ছয় মাহিলী পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ যদিও কিছু বিশেষ অসুবিধাৰ বাবে অণুত্তীৰ্ন হৈছিলো। এতিয়া মই পুনৰ প্ৰস্তুতি চলাইছো।
গতিকে দয়ালু মহোদয়ে দয়া কৰি মোক আকৌ এবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে অনুমতি প্ৰদান কৰিব বুলি মহোদয়ৰ ওচৰত মোৰ সৰল প্ৰাৰ্থনা। ধন্যবাদেৰে।

আপোনাৰ একান্ত বাধ্য ছাত্র/ছাত্রী।
নাম : জাহান
ৰোল নং : 01
শ্ৰেণী : দশম

Post a Comment

0 Comments