Ads banner

JE Banner Ads
Image 2

দেখুওৱা যে 1/√2 অপৰিমেয় (Prove that 1/√2 is irrational)

Prove that 1/√2 is irrational

উত্তৰ :

বিৰুদ্ধভাৱে ধৰাহ’ল \(\frac{1}{\sqrt{2}}\) এটা পৰিমেয় সংখ্যা।

∴ \(\frac{1}{\sqrt{2}} = \frac{p}{q}\) [ \(p\) , \(q\) সহমৌলিক আৰু \(q \neq 0\)]

⇒ \(\frac{q}{p} = \sqrt{2}\)

∵ \(\sqrt{2}\) এটা অপৰিমেয় সংখ্যা, আৰু ইয়াক ভগ্নাংশৰ দ্বাৰা প্রকাশ কৰা সম্ভৱ নহয়।

গতিকে, আমি বিৰুদ্ধভাৱে ধৰা \(\frac{1}{\sqrt{2}}\) এটা পৰিমেয় সংখ্যা কথাটো অসত্য।

∴ \(\frac{1}{\sqrt{2}}\) এটা অপরিমেয় সংখ্যা।

Mathematics class 10 SEBA Lesson 1 Exercise 1.3 Question 3.(i)

1.3 Q.3.(i) Maths Class 10 Solutions in assamese

Thumbnail

Post a Comment

0 Comments