উত্তৰ :
বিৰুদ্ধভাৱে ধৰাহ’ল \(3 + 2\sqrt{5}\) এটা পৰিমেয় সংখ্যা।
∴ \(3 + 2\sqrt{5} = \frac{p}{q}\) [ \(p\) , \(q\) সহমৌলিক আৰু \(q \neq 0\)]
⇒ \(3q + 2\sqrt{5}q = p\)
⇒ \(2\sqrt{5}q = p - 3q\)
⇒ \(\sqrt{5} = \frac{p - 3q}{2q}\)
∵ \(\sqrt{5}\) এটা অপৰিমেয় সংখ্যা, আৰু ইয়াক ভগ্নাংশৰ দ্বাৰা প্রকাশ কৰা সম্ভব নহয়।
গতিকে, আমি বিৰুদ্ধভাৱে ধৰা \(3 + 2\sqrt{5}\) এটা পৰিমেয় সংখ্যা কথাটো অসত্য।
∴ \(3 + 2\sqrt{5}\) এটা অপৰিমেয় সংখ্যা।

.jpg)









0 Comments