Ads banner

JE Banner Ads
Image 2

অনুশীলনী 3.1 - বাস্তৱ সংখ্যা - অধ্যায় 3 - গণিত - দশম শ্ৰেণী

 "Jahan Education" লৈ আপোনাক স্বাগতম, আজি আমাৰ গণিত বিশেষজ্ঞ :-)

👩‍🏫 J.A.C (B.Sc Honours | Web/App Developer.)

দশম শ্ৰেণীৰ গণিতৰ অনুশীলনী 3.1 -ৰ step by step সম্পূৰ্ণ সমাধান দিব। আপুনি শৈক্ষিক সফলতাৰ বাবে চেষ্টা কৰা শিক্ষাৰ্থী হওঁক বা আপোনাৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ব্যাপক সমাধান বিচৰা শিক্ষক হওঁক, we've got you covered.

গাণিতিক ধাৰণাবোৰৰ গভীৰভাৱে আয়ত্ব কৰিবলৈ সম্পূৰ্ণ সমাধান প্ৰদান কৰাটো গুৰুত্বপূৰ্ণ। ই শিক্ষাৰ্থীসকলক অন্তৰ্নিহিত নীতিবোৰ বুজি পোৱাত, সমস্যা সমাধানৰ দক্ষতা বিকাশ কৰাত, শিক্ষাৰ্থীৰ আত্মবিশ্বাস গঢ়াত সহায় কৰে।


ইয়াত, অনুশীলনী 3.1 -ৰ প্ৰতিটো প্ৰশ্নৰ সমাধান লিখি দিয়া হ ল :

অনুশীলনী 3.1

1. ৰহিমে জীয়েকক ক’লে, ‘সাত বছৰ আগতে মোৰ বয়স তোমাৰ তেতিয়াৰ বয়সৰ সাতগুণ আছিল। আকৌ আজিৰ পৰা তিনি বছৰ পিছত তুমি যিমান ডাঙৰ হ'বা মই তাৰ তিনিগুণ হম'। (এইটো আমোদজনক নহয়নে ?)। এই পৰিস্থিতিটোক বীজীয়ভাৱে আৰু জ্যামিতিকভাৱে (লৈখিকভাৱে) প্ৰদৰ্শন কৰা ৷
উত্তৰ :
বীজীয়ভাৱে সমাধান :
ধৰো,
ৰহিমৰ বৰ্তমান বয়স = x বছৰ
জীয়েকৰ বৰ্তমান বয়স = y বছৰ
প্ৰশ্নমতে,
x-7=(y-7) × 7
⇒x-7=7y-49
⇒x-7-7y+49=0
⇒x-7y+42=0
⇒x-7y=-42 →(i)
একেদৰে,
x+3=(y+3) × 3
⇒x+3=3y+9
⇒x+3-3y-9=0
⇒x-3y-6=0
⇒x-3y=6 →(ii)

লৈখিকভাৱে সমাধান :
Publish soon

2. এটা ক্রিকেট দলৰ প্ৰশিক্ষকে 3খন বেট আৰু 6টা বল কিনে 3900 টকাত। পিছত তেওঁ
1300 টকাত একেধৰণৰ এখন বেট আৰু 3টা বল কিনে। এই পৰিস্থিতিটোক বীজীয় আৰু লৈখিকভাৱে (জ্যামিতিকভাৱে) বৰ্ণনা কৰা ৷

উত্তৰ :
বীজীয়ভাৱে সমাধান :
ধৰো,
বেটৰ সংখ্যা = x
বলৰ সংখ্যা = y
প্ৰশ্নমতে,
3x+6y=3900
⇒x+2y=1300 (i)
একেদৰে,
x+3y=1300 (ii)

লৈখিকভাৱে সমাধান :
Publish soon

3. দুই কে.জি. আপেল আৰু 1 কে.জি. আঙুৰৰ দাম এদিন আছিল 160 টকা। এমাহৰ পিছত 4
কে.জি. আপেল আৰু 2 কে.জি. আঙুৰৰ দাম হ'ল 300 টকা । এই পৰিস্থিতিটোক বীজীয়ভাৱে
আৰু লৈখিকভাৱে বৰ্ণনা কৰা ৷

উত্তৰ :
বীজীয়ভাৱে সমাধান :
ধৰো,
আপেল = x
আঙুৰ = y
প্ৰশ্নমতে,
2x+y=160 (i)
একেদৰে,
4x+2y=300
⇒2x+y=150 (ii)

লৈখিকভাৱে সমাধান :
Publish soon

Remember, with the right guidance and practice makes perfect in mathematics. Keep exploring, experimenting, and solving problems to excel in this fascinating subject.


Stay tuned for more educational content and solutions from Jahan Education. Happy learning!

Post a Comment

0 Comments