Ads banner

JE Banner Ads
Image 2

Solved Question Paper | Class 7 Mathematics Half Yearly Exam 2025 (AJB Board)

 Half Yearly Examination— 2025

Class:. VII

Sub:. Mathematics

Time:. 3 hours Full Marks:. 100


"Section A"

1. 5/0 এটা—

(A) পৰিমেয় সংখ্যা। 

(B) অপৰিমেয় সংখ্যা। 

(C) (A) আৰু (B) অশুদ্ধ।

(D) (A) আৰু (B) শুদ্ধ। 

উত্তৰ : (C) 


2. 3 ঘণ্টা 30 মিনিট =...... মিনিট

(A) 150

(B) 200

(C) 210

(D) 100

উত্তৰ : (C) 


3. যদি x = 5, তেন্তে 2x + 3 = ?

(A) 13

(B) 5

(C) -13

(D) -3

উত্তৰ : (A) 


4. (p + q)(p – q) = ?

(A) p² + q²

(B) p² – q²

(C) 2pq

(D) pq

উত্তৰ : (B) 


5. এটা ত্ৰিভুজৰ বহি:কোনৰ সমষ্টি—

(A) 90°

(B) 120°

(C) 180°

(D) 360°

উত্তৰ : (C) 


6. 72 আৰু 108 ৰ ল:সা:গু কিমান?

(A) 216

(B) 432

(C) 144

(D) 72

উত্তৰ : (A) 


7. প্ৰথম মৌলিক সংখ্যা আৰু দ্বিতীয় মৌলিক সংখ্যাৰ যোগফল কিমান? (2 আৰু 3)

(A) 4

(B) 5

(C) 6

(D) 7

উত্তৰ : (B) 


8. 500 সংখ্যাটো ___ দ্বাৰা বিভাজ্য নহয়।

(A) 2

(B) 4

(C) 5

(D) 7

উত্তৰ : (D) 


9. 90° কোণক কোৱা হয়—

(A) সূক্ষ্ম কোণ

(B) সমকোণ

(C) স্থূল কোণ

(D) সৰল কোণ

উত্তৰ : (B) 


10. বছৰত দিন = ?

(A) 360

(B) 365

(C) 366

(D) 364

উত্তৰ : (B) 


11. 1.25 + 0.375 = ?

(A) 1.625

(B) 1.575

(C) 1.35

(D) 1.50

উত্তৰ : (A) 


12. 1GB Data =? 

(A) 100 MB

(B) 500 MB

(C) 1000 MB

(D) 1024 MB

উত্তৰ : (D) 


13. অখণ্ড সংখ্যাৰ ভিতৰত কি কি অন্তৰ্ভুক্ত হয়?

(A) শূন্য

(B) ধনাত্মক সংখ্যা

(C) ঋণাত্মক সংখ্যা

(D) ওপৰৰ সকলো

উত্তৰ : (D) 


14. 0 কোন ধৰণৰ সংখ্যা?

(A) মৌলিক সংখ্যা

(B) ধনাত্মক

(C) ঋণাত্মক

(D) ধনাত্মক নহয়, ঋণাত্মক নহয়

উত্তৰ : (D) 


15. -18 – (-12) = ?

(A) 30

(B) 6

(C) -6

(D) -30

উত্তৰ : (C) 


16. (-5) × (-7) = ?

(A) -35

(B) 35

(C) -12

(D) 12

উত্তৰ : (B) 


17. (-20) ÷ (-5) = ?

(A) -4

(B) 4

(C) -25

(D) 25

উত্তৰ : (B) 


18. সংখ্যাৰেখাত 0 ৰ বাওঁফালে থকা সকলো সংখ্যা—

(A) মৌলিক

(B) জোৰ সংখ্যা

(C) ঋণাত্মক

(D) ধনাত্মক

উত্তৰ : (C) 


19. কোনটো সংখ্যা সৰ্বনিম্ন?

(A) -25

(B) -10

(C) 0

(D) 15

উত্তৰ : (A) 


20. 0.48 + 7/25 = ?

(A) 0.76

(B) 1.00

(C) 0.80

(D) 0.92

উত্তৰ : (A) 


21. ax + b = 0 ত x = ?

(A) -a/b

(B) -b/a

(C) a/b

(D) b/a

উত্তৰ : (B) 


22. এটা সংখ্যাৰ অর্ধেক 13 হয়। সংখ্যাটো কিমান?

(A) 12

(B) 13

(C) 20

(D) 26

উত্তৰ : (D) 


23. যদি x + x + x = 12, তেন্তে x = ?

(A) 2

(B) 3

(C) 4

(D) 6

উত্তৰ : (C) 


24. 2 টা বিন্দুৰ মাজেৰে কিমানটা ৰেখা আঁকিব পাৰি?

(A) এটা

(B) দুটা

(C) বহুতো

(D) এটাও নহয় 

উত্তৰ : (A) 


25. এটা সম্পূৰ্ণ কোনৰ মান হ’ল—

(A) 90°

(B) 180°

(C) 270°

(D) 360°

উত্তৰ : (B) 


26. যি কোন 90° ৰ কম তাক কোৱা হয়—

(A) সমকোন

(B) সূক্ষ্মকোন

(C) স্থুলকোন

(D) সৰল কোন

উত্তৰ : (B) 


27. ত্ৰিভুজত কিমান কোণ থাকে?

(A) 2

(B) 3

(C) 4

(D) 6

উত্তৰ : (B) 


28. সমদ্বিবাহুৰ অৰ্থ হ'ল—

(A) এটা বাহু সমান

(B) দুটা বাহু সমান 

(C) তিনিটা বাহু সমান

(D) সকলো বাহু সমান

উত্তৰ : (B) 


29. যদি এটা ত্ৰিভুজৰ এটা কোন 30° আৰু আন এটা কোন 60° হয়, তৃতীয় কোন হ’ব—

(A) 70°

(B) 80°

(C) 90°

(D) 100°

উত্তৰ : (C) 


30. 13/13 = ?

(A) 13

(B) - 1

(C) 0

(D) এটাও নহয়

উত্তৰ : (D) 


31. 2a × 3a =? 

(A) 2a²

(B) 5a

(C) 6a

(D) 6a²

উত্তৰ : (D) 


32. 3a + 4b আৰু 2a  যোগফল—

(A) 5a - 9b

(B) 5a + 4b

(C) 5a + 9b

(D) 5a - b

উত্তৰ : (B) 


33. 1 ডজন = কিমান বস্তু?

(A) 6 টা

(B) 12 টা

(C) 20 টা

(D) 24 টা

উত্তৰ : (B) 


34. 1000 ÷ 25 = ?

(A) 25

(B) 30

(C) 35

(D) 40

উত্তৰ : (D) 


35. 1 লিপ ইয়েৰ = কিমান দিন?

(A) 364

(B) 365

(C) 366

(D) 367

উত্তৰ : (C) 


36. 20² – 10² = ?

(A) 100

(B) 200

(C) 300

(D) 400

উত্তৰ : (C) 


37. 72 ÷ (-6) =? 

(A) 6

(B) 12

(C) 18

(D) -12

উত্তৰ : (D) 


38. (-1) ×(-1) ×(-1)× (+1) =

(A) 1

(B) -1

(C) 4

(D) -4

উত্তৰ : (B) 


39. শুদ্ধ উত্তৰটো উলিওৱা। 

(A) - 1 > 20

(B) - 17 > - 11

(C) (A) আৰু (B) অশুদ্ধ 

(D) আটাইবোৰ শুদ্ধ 

উত্তৰ : (C) 


40. যদি a=16 আৰু b=-14 হয়, তেন্তে (a × b) =? 

(A) -422

(B) 224

(C) 422

(D) -224

উত্তৰ : (D) 


"Section B"


1. এটা কোণ নিজেই নিজৰ সম্পূৰক। কোণটোৰ মাপ নিৰ্ণয় কৰা ৷ 2


2. দুটা যোগাত্মক সংখ্যাৰ অনুপাত 7 ; 4 আৰু সিহঁতৰ পাৰ্থক্য 15। সংখ্যা দুটা উলিওৱা। 2


3. 1 আৰু 2 ৰ প্ৰতিক্ৰিম লিখা। 2


4. -11/12 ৰ চাৰিটা সমতুল্য পৰিমেয় সংখ্যা উলিওৱা। 2 


5. 13/6 পৰিমেয় সংখ্যাটোক এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা। 2 


6. দুটা পৰিমেয় সংখ্যাৰ যোগফল 26/33 । ইয়াৰে এটা -5/11 আনটো কিমান? 3


7. 12/56 সংখ্যাটো আদৰ্শ ঠাচত (standard form) আছে নে নাই পৰীক্ষা কৰা। যদি নাই তেন্তে আদৰ্শ ঠাচলৈ ৰূপান্তৰ কৰা : 3


8. ত্ৰিভুজ PQR ৰ QR বাহুক S বিন্দুলৈ বঢ়াই দিয়া। যদি <P=75° আৰু <PRS=130° তেন্তে <Q ৰ মাপ উলিওৱা। 3


9. 102/25 ৰে হৰণ কৰি হৰণফল দশমিকত প্ৰকাশ কৰা। 3


10. (2a-3b) + (3a-2b) - (5-2a+6b) সৰল কৰা। 3


11. <, >, = চিনকেইটাৰ উপযুক্ত চিনটোৰে চলকবোৰ পূৰ কৰা। 4

(i) -5/7 _____ 2/3

(ii) -7/8 _____ 14/16

(iii) 4/7 _____ 7/9

(iv) 1/-3 _____ -1/4


12. -4/5 আৰু -2/3 ৰ মাজত 4টা পৰিমেয় সংখ্যা লিখা। 4


13. কাষৰ চিত্ৰটোৰ পৰা x আৰু y উলিওৱা। 4


14. 37° ৰ পূৰক কোন আৰু 119° ৰ সম্পূৰক কোন উলিওৱা। 4


15. বৰ্গ উলিওৱা। 4

(i) 3a+1

(ii) p+1


16. সমাধান কৰা। 1+2+2=5

(i) 2a,5a ক পূৰণ কৰা। 

(ii) 6x+y, 4x-2y যোগ কৰা। 

(iii) -4/5 ক 12/15 ৰে হৰণ কৰা। 


17. অভেদ ব্যৱহাৰ কৰি পূৰণ কৰা। 5

(i) (a²+2b)(a²-2b)

(ii) (x/6-y/2)(x/6+y/2)


18. 7x³-5x²- 8x +3 ৰাশিটোত—5

(i) চলকবোৰ লিখা।

(ii) মাত্ৰা লিখা। 

(iii) ধ্ৰুৱক পদ কিমান? 

(iv) x³—ৰ সংখ্যিক মা লিখ। 

(v) পদ কিমানটা আছে আৰু কি কি?

Post a Comment

0 Comments